Based on Old Syllabus
Code S3.2
গণিতৰ শিক্ষাদান
জোখমাপ, তথ্য, পৰিচালনা সমিতি
সকলো ভৌতিক বস্তু একে আকৃতিৰ অথবা একে ওজনৰ নহয়। বস্তুবোৰ তুলনা কৰি চাবলৈ হ'লে আগতে জুখি চাব লাগিব। আগতে মানুহে শৰীৰৰ বিভিন্ন অংগ ব্যৱহাৰ কৰি বস্তুৰ জোখ-মাখ লৈছিল। এনেকৈয়ে আনুমানিক জোখ-মাখৰ প্ৰথা এটা গঢ় লৈ উঠিছিল। ব্যক্তি ভেদে এনে জোখ-মাখৰ তাৰতম্য ঘটিছিল। সেইবাবেই এসময়ত সঠিক বিজ্ঞানভিত্তিক জোখ-মাখৰ প্রয়োজনীয়তাই দেখা দিছিল। বিজ্ঞানভিত্তিক জোখ-মাখকে পাছলৈ মান্য জোখ- মাখ বুলি স্বীকৃতি দিয়া হৈছিল। তিনি প্ৰকাৰৰ ভৌতিক জোখ-মাপ দৈর্ঘ্য, ওজন আৰু ধৃতিৰ উপৰিও আন তিনিটা জোখ-মাপৰ প্ৰকাৰ আছে, সেয়া হ'ল- মুদ্রা, সময় আৰু তাপমান। এই জোখ-মাখকেইটাক বাদ দি আমাৰ জীবন অচল। এই অধ্যায়টি ভালদৰে পঢ়াৰ পাছত শিক্ষকসকলে শ্রেণীত জোখ-মাখৰ প্ৰয়োজনীয়তা সম্পর্কে ছাত্র- ছাত্রীক হাতে-কামে শিকাব পাৰিব।
জোখ-মাখঃ দৈর্ঘ্য, ওজন, ধৃতি (MEASUREMENT LENGTH, WEIGHT, CAPACITY):
দৈর্ঘ্যৰ জোখ:
পৰম্পৰাগত জোখ-আখ (অস্বীকৃত বা Non-standard):
আগতে দৈর্ঘ্য জুখিবলৈ মানুহে শৰীৰৰ বিভিন্ন অংশ ব্যৱহাৰ কৰিছিল, যেনে- হাত, আঙুলি আৰু ভৰি।
After buying send Screenshot on WhatsApp
Assamese / English Medium
_____________________________________________
Unit 1
ISSUES OF LEARNING ENGLISH IN A MULTILINGUAL/ MULTICULTURAL SOCIETY: THE MULTILINGUAL NATURE OF INDIA, ENGLISH AS THE LANGUAGE OF PRESTIGE AND POWER, THE POLITICS OF TEACHING ENGLISH IN INDIA, KEY FACTORS AFFECTING SECOND LANGUAGE ACQUISITION
1.1 ISSUES OF LEARNING ENGLISH IN A MULTILINGUAL/MULTICULTURAL SOCIETY:
Issues on Learning English:
In this section, we shall discuss three of the central issues on learning English at the elementary level. One of these issues is the multilingual and multicultural situation of India vis-a-vis the English language. We shall see that English is no longer a 'foreign language of our erstwhile colonial rulers. On the contrary, it has become an integral part of the Indian multilingual and multi-cultural situation. The second issue that is of concern to us is the position of English in the school curriculum vis-a-vis other curricular languages. We shall thereby take a close look at the three-language formula. The third issue is the social status of English as the language of prestige and power. This issue is equally important in our attitude towards the language as it is linked to instrumental motivation-motivation resulting from instrumental gains.
The Multilingual/Multicultural Society:
Multingualism is a dominant element in the Indian situation, affecting every aspect of the country's life meaning thereby that Indians are by and large multilingual. We can say multingual are language communities composed of speakers of different languages and individuals who can speak several languages. A child who enters the English classroom for the first time at the elementary stage, brings with him/her a fair knowledge of at least one or two languages. One of them is invariably his/her Mother Tongue (MT) which may or may not be his/her first language (L) which is generally the regional language and in most cases the vernacular of the elementary school.
The multingual and multicultural character of India cannot be considered to be destructive to the unity of the country. On the contrary, the multingual situation is an expression of the 'unity in diversity' of our Indian culture. English now occupies a proud position in the multilingual situation of India and its teaching strategies have to be designed and in fact, are being designed in the multilingual context of the country. In a multingual situation, it is hardly correct to state that the learner's MT or L, stands in the way of learning the second
Pay the amount and Send Screenshot
_____________________________________________
Children's Physical and Emotional Health EducationCode S.3.6
শিশুৰ শাৰীৰিক আৰু আবেগিক স্বাস্থ্য শিক্ষা
প্রশ্ন: স্বাস্থ্য বুলিলে কি বুজা যায়?
উত্তৰঃ "স্বাস্থ্য হ'ল শাৰীৰিক, মানসিক আৰু সামাজিক দিশত সুস্থ আৰু কুশল হোৱা আৰু কেবল শাৰীৰিকভারে দুর্বল বা ৰোগৰ অনুপস্থিতিকে নুবুজায়।"
এজন ব্যক্তি "বহুদিনলৈ জীয়াই থকা আৰু সেৱা আগবঢ়োৱা।" এজন ব্যক্তিৰ শৰীৰৰ অংগ-প্রতংগৰ উপযুক্ত বিকাশ ঘটোৱাৰ সুবিধা লাভৰ উপৰিও মানসিক স্বাস্থ্যৰ প্রভুত উন্নতি ঘটাব পাবে।
প্রশ্ন: স্বাস্থ্য শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ বর্ণনা কৰা।
উত্তৰ: স্বাস্থ্য শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ হ'ল-
সাধাৰণ স্বাস্থ্য সমস্যাৰ সমাধানৰ বাবে শিক্ষক আৰু পিতৃ-মাতৃৰ পৰা কেনে সহায় পাব পাৰে সেই বিষয়ে সজাগতা জন্মোবা।
ছাত্র-ছাত্রীক স্বাস্থ্যৰ ধাৰণা আৰু আৰু কি কি কাৰকে স্বাস্থ্যৰ উন্নতি ঘটায় তাৰে সজাগতা অনা।
প্রাথমিক চিকিৎসা দিয়াৰ কৌশল আয়ত্ত কৰা আৰু সুৰক্ষা পদ্ধতি (Safety Measures) সমূহ বুজি পাবলৈ চেষ্টা কৰা।
ব্যক্তিগত আৰু পৰিৱেশজনিত চাফ-চিকুণতা, ব্যায়াম, জিবণী, টোপনি, দেহভংগীমা আৰু খাদ্যৰ স্বাস্থ্যসম্মত অভ্যাস গঠনত উন্নতি ঘটোৱা।।
সুস্থ স্বাস্থ্যৰ বাবে সংক্রমিত ৰোগৰ প্ৰতিষেধক লোৱাৰ প্ৰকৃত প্রয়োজনৰ প্রতি শিশুক/অভিভাৱকক সজাগ কৰা।
বিদ্যালয়, ঘৰ আৰু সামাজিক পৰিৱেশত শিশুৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা (Sanitation) ৰ প্রতি যত্নবান হোৱা। শিশুক স্বাস্থ্যৰ গুণ আৰু ইয়াৰ ব্যৱহাৰ শিকোৱা যাতে সি নিজে উপযুক্ত স্বাস্থ্য সিদ্ধান্ত ল'ব পাৰে।
সুস্থ আৰু সুখী হোৱাৰ লক্ষ্যৰে প্ৰতি শিশুক উৎসাহ যোগোৱা।
পৰিপুষ্টি আৰু সুষম আহাৰ সম্পর্কে বুজি পোৱা ইত্যাদি।
প্রশ্ন: শাৰীৰিক স্বাস্থ্য সুস্থতা ৰখাৰ ব্যৱস্থাসমূহ কি কি লিখা।
উত্তৰঃ শাৰীৰিক স্বাস্থ্য সুস্থতাৰ বাবে তিনিটা মূল বিষয় আছে। যেনে-
১। সুষম আহাৰ
২। সময় মতে আৰু সময়োপযোগী শাৰীৰিক ব্যায়াম
৩। সময়োপযোগী আৰু সময়মতে বিশ্রাম।
To Get Full Pdf 👇
_____________________________________________


1 Comments
Hi
ReplyDelete