To download pdf click Download
For More :- Click here
ICT INTEGRATED PEDAGOGY -1 || DELED 2ND SEMESTER || QUESTION PAPER SOLUTION
1. Choose the Correct Option. শুদ্ধ উত্তৰ বাচি উলিওৱা।
a) ICT Stands for ICT ৰ সম্পূৰ্ণ নামটো কি?
i) Inter Connected Terminals
ii) Inter Common Terminology
iii) Inter Communication Technology
iv) Information & Communication Technology
Answer:- iv) Information &Communication Technology
b) Which of the following is not an example of storage device? তলৰ কোনটো storage device ৰ উদাহৰণ নহয়?
i) Hard Disk Device
ii) Scanner
iii) Pen Drive
iv) CD
Answer:- ii) Scanner.
c) ICT কি? শিক্ষাত ICT ৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।
Answer:- ICT হ'ল Information and Communication Technology। এই বিষয়ত প্ৰযুক্তি আৰু অন্যান্য তথ্যবোৰৰ প্ৰক্ৰিয়াসমূহ সন্নিৱিষ্ট হৈ থাকে।
শিক্ষাত ICT ৰ গুৰুত্ব
ICT বৰ্তমান যুগত অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ দ্বাৰা শিক্ষকে বিষয়সমূহ অধিক মনোগ্ৰাহীকৈ তৈয়াৰ কৰিব পাৰে। ভাৰতবৰ্ষ ৰাষ্ট্ৰীয় শিক্ষা অভিধানৰ জৰিয়তে ২০০৬ চনত ICT ৰ শুভাৰম্ভ কৰা হৈছিল। শিক্ষাত ICT য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
ক) ICT ৰ ফলত যিকোনো সময়ত যিকোনো ঠাইত শিক্ষা গ্ৰহণ কৰিব পাৰি
খ) গৱেষণাৰ বিভিন্ন সমলবোৰ ICT ৰ জৰিয়তে পাব পাৰি। ছবি, দৃশ্য আদি ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীৰ মনোযোগ বৃদ্ধি কৰিব পাৰি
গ) ICT ৰ ফলত কোনো এটা কৰ্মত নিয়োজিত থকাৰ পিছতো দুৰ শিক্ষা (ডিচটেন্স এডুকেশ্বন) গ্ৰহন কৰিব পাৰি
ঘ) ICT ৰ ফলত আধুনিক সমাজ গঠনৰ লগতে পঠন, লিখন, আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰিব পাৰি
ঙ) বিজ্ঞান, গণিত,ভূগোল আদিৰ লগতে দৈনন্দিন জীৱনত প্ৰায়োজন হোৱা শিক্ষা ICT ৰ জৰিয়তে লাভ কৰিব পাৰি।

0 Comments